
Solved: HS First Year Political Science 2025 MCQ Questions...Check Score.
Visit channel: / @axomboard WhatsApp Channel: Follow the Axom Board Companion channel on WhatsApp: https://whatsapp.com/channel/0029Vb7y... Welcome to Axom Boad Companion! In this video, we will discuss 40 important MCQ questions from the Class 11 Political Science final exam 2025 under the Assam Board (ASSEB). 🔔 Watch till the end to test your knowledge and improve your accuracy! 💬 Comment your score below & let us know how many you got right! 👍 Like, Share & Subscribe for more exam-related content! #AHSEC #Class11PoliticalScience #MCQDiscussion #AssamBoard #ExamPreparation #Education 1. __________ is regarded as the father of Political Science. (Fill in the blank) ___________ ক ৰাজনীতি বিজ্ঞানৰ পিতৃ হিচাবে অভিহিত কৰা হয়। (খালী ঠাই পূৰণ কৰা) 2. Name one supporter of negative liberty. নকাৰাত্মক স্বতন্ত্ৰতাৰ এজন সমৰ্থকৰ নাম লিখা। 3. Mention one feature of equality. সমতাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 4. Give one example of a political right. ৰাজনৈতিক অধিকাৰৰ এটা উদাহৰণ দিয়া। 5. Who is the ex officio Chairperson of the Rajya Sabha? ৰাজ্যসভাৰ পদেন সভাপতি কোন? 6. Who is the Real Executive of India? ভাৰতৰ প্ৰকৃত কাৰ্যপালিকা কোন? 7. When was the Indian Constitution adopted? ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল? 8. The 42nd Amendment of the Indian Constitution was passed in the year ____________ (Fill in the blank). ____________ চনত ভাৰতীয় সংবিধানৰ ৪২তম সংশোধনী গৃহীত হৈছিল। (খালী ঠাই পূৰণ কৰা) 9. In which case did the Supreme Court advance the theory of the basic structure of the Constitution of India? উচ্চতম ন্যায়ালয় কোনটো গোচৰত ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ সূত্র আগবঢ়াইছিল? 10. Who presides over a Joint Session of the Parliament? সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে? 11. Which Article of the Indian Constitution describes the amendment procedure? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংশোধন প্রক্রিয়াটো বর্ণনা কৰা হৈছে? 12. Who was the President of the Constituent Assembly? সংবিধান সভাৰ সভাপতি কোন আছিল? 13. Which of these is not a function of the Constitution? এইসমূহৰ ভিতৰত কোনটো সংবিধানৰ এটা কাৰ্য্য নহয়? 14. Who was the Vice President of the Constituent Assembly? সংবিধান সভাৰ উপ-সভাপতি কোন আছিল? 15. When was the Election Commission of India formed? ভাৰতৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল? 16. Who is the nominal executive in India? ভাৰতৰ নামমাত্র কার্যপালিকা কোন? 17. Who elects the members of the Legislative Assembly? বিধানসভাৰ সদস্যসকলক কোনে নিৰ্বাচন কৰে? 18. What is the minimum age to be the President of India? ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ নিম্নতম বয়স কিমান? 19. Which Article of the Indian Constitution states that India is a 'Union of States'? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক 'ৰাজ্যসমূহৰ সংঘ' বুলি বর্ণনা কৰা হৈছে? 20. Who moved the 'Objective Resolution' in the Constituent Assembly? সংবিধান সভাত 'Objective Resolution' কোনে উপস্থাপন কৰিছিল? 21. When was the first sitting of the Constituent Assembly for undivided India held? অৱিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? 22. Under Article 32, the ___________ Court can issue writs. ৩২ নং অনুচ্ছেদৰ অধীনত ___________ ন্যায়ালয়ে লেখ জাৰি কৰিব পাৰে। 23. ________ is the Head of the Government in India. ________ হ'ল ভাৰতবৰ্ষত চৰকাৰৰ মূৰব্বী। 24. Who appoints the judges of the Supreme Court? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে? 25. Is the word 'federation' mentioned in the Indian Constitution? 'যুক্তৰাষ্ট্ৰ' শব্দটোৰ ভাৰতীয় সংবিধানত উল্লেখ আছেনে? 26. Who wrote the book, Republic? Republic নামৰ গ্ৰন্থখন কোনে লিখিছিল? 27. Who put forward the concept of distributive justice? বিতৰণমূলক ন্যায়ৰ ধাৰণাটো কোনে আগবঢ়াইছিল? 28. Which is a difference between negative and positive peace? নেতিবাচক আৰু ইতিবাচক শান্তিৰ মাজৰ এটা পার্থক্য লিখা। 29. In which year was the Universal Declaration of Human Rights (UDHR) adopted? মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্রখন কেতিয়া গৃহীত হৈছিল? 30. Which among the following is a feature of development? নিম্নলিখিত কোনটো বিকাশৰ এটা বৈশিষ্ট্য? 31. Who first used the term 'politics'? 'ৰাজনীতি' শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল? 32. Who wrote the book, Long Walk to Freedom? Long Walk to Freedom নামৰ গ্ৰন্থখন কোনে লিখিছিল? 33. _________ is an example of Human Rights. ____________ মানৱ অধিকাৰৰ এটা উদাহৰণ। 34. Who wrote the book, On Liberty? On Liberty গ্রন্থখন কোনে লিখিছিল? 35. Mention one feature of political theory. ৰাজনৈতিক তত্ত্বৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 36. Write the meaning of Swaraj. স্বৰাজৰ অর্থ লিখা। 37. Who wrote the book, Freedom from Fear? Freedom from Fear গ্রন্থখন কোনে লিখিছিল? 38. Which German philosopher linked Justice with dignity of human beings? কোনজন জার্মান দাৰ্শনিকে ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল? 39. In the eighteenth century, the French revolutionaries used the slogan 'Liberty, Equality and __________. অঠৰশ শতিকাত ফৰাচী বিপ্লৱীসকলে 'স্বাধীনতা, সমতা আৰু _____________ ৰণধ্বনি ব্যৱহাৰ কৰিছিল। 40. In which year was the USSR disintegrated? কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন সংঘটিত হৈছিল?